Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

Todays Current Affairs in Assamese | Current Affairs 14 Sep 2022 in Assamese

Todays Current Affairs in Assamese | Current Affairs 14 Sep 2022 in Assamese

Dear Readers! In this article, you will get the top 10 Current Affairs GK Questions in the Assamese language. Hope this post will be helpful for your upcoming examination. Like Railway, Assam Police, ADR, TET Exam, SSC, Banking, and all other state government examination of Assam. So read the Current Affairs Today and gather new knowledge. 



প্ৰশ্ন ১. শেহতীয়াকৈ কোনখন ৰাজ্যত সৰ্ববৃহৎ হৰপ্পান সংস্কূতি সংগ্ৰহালয়টো স্থাপন কৰা হব?


উত্তৰঃ হাৰিয়ানা


প্ৰশ্ন ২. শেহতীয়াকৈ ভাৰতে কোনখন দেশত ১২ সংখ্যক মানৱীয় সহায়তা প্ৰেৰণ কৰিছিল?


উত্তৰঃ ইউক্ৰেইন


প্ৰশ্ন ৩. শেহতীয়াকৈ ‘জোৱাও লৰেঞ্জো’ দ্বিতীয়বাৰৰ বাবে কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে?


উত্তৰঃ এংগোলা


প্ৰশ্ন ৪. শেহতীয়াকৈ আমেৰিকান এক্সপ্ৰেছৰ ভাৰতীয় ইউনিটৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কোনে নিযুক্তি লাভ কৰিছে?


উত্তৰঃ সঞ্জয় খান্দা


প্ৰশ্ন ৫. শেহতীয়াকৈ জেভিয়াৰ মাৰিয়াছৰ মৃত্যু হৈছে তেখেত কোন আছিল?


উত্তৰঃ লিখক


প্ৰশ্ন ৬. শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন

২০২২ ক’ত অনুষ্ঠিত হয়?


উত্তৰঃ গ্ৰেটাৰ নয়ডা


প্ৰশ্ন ৭. শেহতীয়াকৈ আগষ্ট মাহত কোনে মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে?


উত্তৰঃ ছিকান্দৰ ৰাজা, আৰু Tahlia McGrath


প্ৰশ্ন ৮. শেহতীয়াকৈ কোনে NAIRA ENERGY হিচাপে নিযুক্তি দিছে?


উত্তৰঃ ছিকান্দৰ ৰাজা 


প্ৰশ্ন ৯. কোনখন ৰাজ্যই শেহতীয়াকৈ "হিংসাত্মক কুকুৰক’ হত্যা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ  অনুমতি  লব লাগিব ?


উত্তৰঃ কেৰেলা


প্ৰশ্ন ১০. শেহতীয়াকৈ কোনে “ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকা- ২০২২” প্ৰকাশ কৰিছে?


উত্তৰঃ Mansukh Mandaviya.


If you find Today's Current Affairs in Assamese | Current Affairs 14 Sep 2022 in Assamese article helpful for you please share this post with your friends and family. Thank You.


This post first appeared on Currentjobassam.com-Assams No.1 Job And Educational Portal, please read the originial post: here

Share the post

Todays Current Affairs in Assamese | Current Affairs 14 Sep 2022 in Assamese

×

Subscribe to Currentjobassam.com-assams No.1 Job And Educational Portal

Get updates delivered right to your inbox!

Thank you for your subscription

×