Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

Assam TET 2019 LP-UP CDP important Question (Part 6)

Tags: agravebrvbar

Assam TET 2019 LP-UP

Assam Tet 2019 LP-UP: বিষয়: শিশু বিকাশ ( Child Development)

Part – 6 >

১) এজন মেধাবী ছাত্ৰই কম নম্বৰ পালে শিক্ষক হিচাপে তুমি কি কৰিবা?

  • ক) শ্ৰেণীকক্ষত তেওঁক লাজ দিব
  • খ) তেওঁৰ পিতৃ-মাতৃৰ সৈতে কথা পাতি কাৰণ জানিবলৈ চেষ্টা কৰিব
  • গ) তুমি তেওঁক মনস্তাত্বিক চিকিৎস্যা দিব
  • ঘ) তেওঁক কঠোৰ শ্ৰম কৰিবলৈ প্ৰেৰণা দিব

২) সাম্প্ৰতিক সময়ত এটা ভাল শিক্ষণ পদ্ধতি হল-

  • ক) বেলেগ বেলেগ শ্ৰেণীৰ সকলো শিশুৰ বাবে বিভিন্ন পৰ্য্যায়ৰ শিক্ষণ পদ্ধতি
  • খ) টকাৰ ওপৰত ভিত্তি কৰি যি শিক্ষা দিয়া ব্যৱস্থা
  • গ) বিভিন্ন  শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰৰ বাবে একেই পৰ্যায়ৰ শিক্ষণ পদ্ধতিৰ ব্যৱস্থা
  • ঘ) সেই পদ্ধতি যত টিউশ্যন আৱশ্যকীয়

৩) স্কুল দীঘলীয়া সময়ৰ বাবে বন্ধ আছে, স্কুল খোলাৰ পাছত তুমি ছাত্ৰ-ছাত্ৰীক কেনেকৈ পঢ়ুৱাবা?

  • ক) তুমি হোমৱৰ্ক পৰীক্ষা কৰিবা
  • খ) তোমাৰ ৰুটিন মতে তুমি পঢ়ুৱাবা
  • গ) তুমি ছাত্ৰ-ছাত্ৰীক তোমাৰ ঘৰত টিওশ্যন  কৰিবলৈ মাতিবা
  • ঘ) আৱশ্যক অনুযায়ী তুমি অতিৰিক্ত সময় দিবা

৪) এজন শিক্ষক হিচাপে তুমি তোমাৰ কাম কেনেকৈ কৰিবা?

  • ক) ছাত্ৰ-ছাত্ৰীসকলক শিকাবৰ বাবে তুমি তোমাৰ ঘৰলৈ মাতিবা
  • খ) তুমি কেৱল স্কুলতহে শিক্ষণ পদ্ধতি প্ৰয়োগ কৰিবা
  • গ) ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক উন্নয়নত তুমি বিশেষ জোৰ দিবা
  • ঘ) তুমি ছাত্ৰ-ছাত্ৰীৰ দোষ আৰু গুণবোৰ জানিবলৈ চেষ্টা কৰিবা

৫) তুমি এজন ছাত্ৰৰ প্ৰতি অসন্তুষ্ট, যেতিয়া তুমি ছাত্ৰজনৰ উত্তৰ বহী পৰীক্ষা কৰিবা তেতিয়া তুমি :

  • ক) তেওঁৰ সক্ষমতা অনুযায়ী নম্বৰ দিবা
  • খ) তেওঁক শাস্তি দিবলৈ কম নম্বৰ দিবা
  • গ) অন্য শিক্ষকসকলক তেওঁক কম নম্বৰ দিবলৈ কবা
  • ঘ) কোনোধৰণৰ পৰীক্ষা নকৰাকৈ তেওঁক মূল্যায়ন কৰিবা

৬) ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ বাবে তোমাৰ দৃষ্টিভংগীত উৎকৃষ্ট উপায় কি?

  • ক) স্কুলৰ কাম-কাজত তেওঁৰ অংশগ্ৰহণ
  • খ) মূল্যায়নৰ উৎকৃষ্ট ভিত্তি হল বছৰেকীয়া পৰীক্ষা
  • গ) তোমাৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰ
  • ঘ) কাম-কাজত অংশগ্ৰহণ আৰু পৰীক্ষা পদ্ধতি দুয়োটাই ভিত্তি হব

৭) তোমাৰ ধুমপানৰ অভ্যাস আছে। তুমি ছাত্ৰ-ছাত্ৰীক কেনেকৈ শিকাবা?

  • ক) শ্ৰেণীকোঠাত ধূমপান নকৰি
  • খ) স্কুল চৌহদত ধূমপান নকৰি
  • গ) ছাত্ৰ-ছাত্ৰীক ধুমপানৰ দ্ৰৱ্য আনিবলৈ কৈ
  • ঘ) কেৱল ষ্টাফ ৰুমত ধূমপান কৰি

৮) শিক্ষকে পাঠ্যপুথিৰ উপৰি অন্য কিতাপ পঢ়িব লাগে। ইয়াৰ পৰা কি লাভ হব?

  • ক) তেওঁলোকে সময়ৰ ভাল ব্যৱহাৰ কৰিব পাৰে
  • খ) তেওঁলোকে সন্তুষ্টি লাভ কৰিব আৰু ভালদৰে শিকাব পাৰিব
  • গ) জ্ঞানৰ সামগ্ৰিক উন্নয়ন হব আৰু ভালদৰে শিকাব পাৰিব
  • ঘ) তেওঁৰ শিক্ষণ পদ্ধতিৰ সন্দৰ্ভত মানুহে তেওঁক ভাল শিক্ষক হিচাপে জানিব

৯) তুমি এজন মেধাসম্পন্ন শিক্ষক, কিন্ত ছাত্ৰ-ছাত্ৰী তোমাৰ পদ্ধতিক লৈ সন্তুষ্ট নহয়, তুমি কিদৰে পঢ়ুৱাবা –

  • ক) প্ৰথমে তোমাৰ পদ্ধতিৰ বিষয়ে কবা
  • খ) ছাত্ৰ-ছাত্ৰীয়ে বিচৰাৰ দৰে তোমাৰ পদ্ধতি সলনি কৰিবা
  • গ) পদ্ধতি সলনি কৰিবৰ বাবে পুনৰ প্ৰশিক্ষণ লবা
  • ঘ) ছাত্ৰ-ছাত্ৰীয়ে বিচৰা ধৰণৰ পদ্ধতিৰ লগত মিলি যাবা

১০) ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ গৱেষণাৰ প্ৰকৃতি উন্নয়নৰ বাবে তুমি কিদৰে শিক্ষা দিবা?

  • ক) বিজ্ঞান অধ্যয়নৰ বাবে উদগনি যোগাবা
  • খ) আৱিষ্কাৰকসকলৰ জীৱনৰ বিষয়ে তেওঁলোকক কবা
  • গ) নিৰীক্ষণৰ সামৰ্থ্য উন্নয়নৰ চেষ্টা কৰিবা যাতে তেওঁলোকৰ তুলনামূলক সক্ষমতাৰ উন্নয়ন হয়
  • ঘ) তেওঁলোকক শ্ৰেণীত কাম কৰিবলৈ দিবা আৰু নিৰীক্ষণ কৰিবা

১১) তোমাৰ বিষয়টোৰ ফলপ্ৰসূ শিক্ষণৰ বাবে তুমি কি কৰিবা?

  • ক) বিষয়টোৰ লগত সম্পৰ্ক থকা প্ৰশ্ন সুধি অনুপ্ৰাণিত কৰিবা
  • খ) বিষয়টোৰ লগত সম্পৰ্কযুক্ত পাঠবোৰ পুনৰ অধ্যয়ন কৰিবলৈ কৈ।
  • গ) পাঠবোৰৰ পৰা প্ৰশ্ন, হোমৱৰ্ক কৰিবলৈ দি
  • ঘ) শ্ৰেণীত তেওঁলোকক কাম কৰিবলৈ দি আৰু নিৰীক্ষণ কৰি

১২) শ্ৰেণীত পাঠদান কৰাৰ আগেয়ে, নতুন শিক্ষক হিচাপে তুমি কি কথা জানি লবা

  • ক) ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ পূৰ্বে বিষয়টোৰ সন্দৰ্ভত তেওঁলোকৰ জ্ঞান জানি লবা
  • খ) ছাত্ৰ-ছাত্ৰীসকলৰ দোষ-গুণবোৰ জানিবলৈ চেষ্টা কৰিবা
  • গ) শ্ৰেণীকোঠাৰ আকাৰ-প্ৰকাৰ আৰু দেখনিয়াৰ কৰাত অধিক মন দিবা
  • ঘ) প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক ব্যক্তিগত নিৰ্দেশনা দিবা

১৩) শ্ৰেণীকক্ষৰ পৰিচালকৰ বাবে প্ৰধানকৈ কোন দায়বদ্ধ?

  • ক) অধ্যক্ষ
  • খ) শ্ৰেণী শিক্ষক
  • গ) ছাত্ৰ-ছাত্ৰী
  • ঘ) পৰিদৰ্শক/চুপাৰভাইজাৰ

১৪) সুশৃংখল শ্ৰেণীকক্ষৰ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় বস্ত হল-

  • ক) শ্ৰেণীকক্ষত যথোপযুক্ত পোহৰ থাকিব লাগে
  • খ) শ্ৰেণীকক্ষত ভেন্টিলেশ্যন থাকিব লাগে
  • গ) শ্ৰেণীত বহাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগে
  • ঘ) ওপৰৰ আটাইকেইটা

১৫) ছাত্ৰ-ছাত্ৰীয়ে অবাঞ্চিত ব্যৱহাৰ কৰিলে, শিক্ষকে-

  • ক) মনস্তত্বৰ আবশ্যকীয় কৌশলৰ সহায় লব
  • খ) স্কুলৰ পৰা বহিষ্কাৰ কৰিব
  • গ) শাৰীৰিক শাস্তি দিব
  • ঘ) ভয় খুৱাব

১৬) শ্ৰেণীৰ অৱশৰৰ সময় কটাবলৈ শিক্ষকে

  • ক) তেওঁলোকক কথা পাতিবলৈ দিব
  • খ) কিছুমান কাম-কাজ দিব
  • গ) স্কুলৰ পৰা যাবলৈ দিব
  • ঘ) তেওঁলোকক শ্ৰেণীত মনে মনে বহি থাকিবলৈ দিব

Download Question Set Pdf : Click Here

Download Answer Key Pdf: Click Here ( Available soon )

Watch This Video For Instant Answers: Click Here

Get Social Science Question Set: Click Here

The post Assam TET 2019 LP-UP CDP important Question (Part 6) appeared first on innovate Assam.



This post first appeared on Innovate Assam, please read the originial post: here

Share the post

Assam TET 2019 LP-UP CDP important Question (Part 6)

×

Subscribe to Innovate Assam

Get updates delivered right to your inbox!

Thank you for your subscription

×